ALL ASSAM HOSPITALITY WORKER'S ASSOCIATION ৰ ধমকৰ লগে লগে BARBEQUE NATION ৰ কৰ্তৃপক্ষই কৰ্মচাৰীজনৰ পাপ্য মজুৰি আদায় দিয়ে।

 

Sailen Das
AAHWA MEETING WITH BARBEQUE NATION
      লক্ষ্যনীয় কথা যে কভিড১৯ৰ প্ৰভাৱিত হৈ যোৱা দুটা বছৰেই বানিজ্যিক ক্ষেত্রখন বিশেষকৈ hospitality আৰু tourism উদ্যোগ বোৰৰ বাৰুকৈ ক্ষতিগ্রস্ত হোৱাৰ পৰিলক্ষিত হৈছে । তাৰে সুযোগ লৈ একাংশ বনিক গোষ্ঠী আৰু 

         হাফলঙৰ এজন যুৱকক গুৱাহাটীৰ এখন ৰেষ্টুৰেণ্ট Barbeque Nation তেওঁৰ সেৱাৰ পৰা বৰ্খাস্ত কৰাৰ পিছত ফুটপাথত থাকিবলৈ বাধ্য হৈছিল, য'ত তেওঁ কাম কৰি আছিল।


অসহায় যুৱকজনে এতিয়া টকা নোহোৱাকৈ গুচি গৈছিল আৰু এই মাহৰ ১০ তাৰিখে বিবিকিউ নেশ্যনৰ পৰা দৰমহা প্ৰাপ্ত কৰিবলৈ অপেক্ষা কৰি আছিল, তেওঁৰ অভিযোগ অনুসৰি, তেওঁ কেতিয়া দৰমহা পাব সেই দিনগণনা কৰি গুৱাহাটীৰ লাচিত নগৰৰ দলঙৰ তলত শুই থাকে আৰু খায়।


       এই অমানৱীয় ঘটনা কথা গম পোৱা লগেলগে সকলোৰ হোটেলৰ তথা হস্পিটেলিতি ক্ষেত্রখনৰ লগত জড়িত কৰ্মচাৰীৰ বিপদৰ সময়ত সহায় সহযোগিতা কৰি অহাৰ All Assam Hospitality Worker's Association ৰ সাধাৰণ সম্পাদক Sailen Das ডাঙৰীয়াৰ লগতে সহকাৰী সম্পাদক Bidyut Bikash Handique ডাঙৰীয়াই তাতক্ষণিকভাবে তেওঁৰ কৰ্মক্ষেত্ৰ Barbeque Nation (Adityam Building, 2nd Floor G. S. Road, Lachit Nagar, Ulubari, Gauhati, Assam, India) গৈ উপস্থিত হয় আৰু ঘটনাটোৰ বিতংকৈ আলোচনা কৰে৷ 


       আলোচনাৰ সিদ্ধান্ত মৰ্মে ভূক্তভোগী কৰ্মচাৰীজনৰ পাপ্য খিনি আদাই কৰিবলে লগতে সংগঠনৰ সম্পাদক গৰাকীয়ে এনে ঘটনা পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিয়ে। 


 এই সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সকলো হোটেল কৰ্মচাৰীৰ হৈ সম্পাদক ডাঙৰীয়াৰ লগতে সংগঠনটোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।।।


            সংগ্রহ।।। 

ৰোহিত বৰা ROHIT BORAH 

সহকাৰী সাংগঠনিক সম্পাদক আহৱা (AAHWA

All Assam Hospitality Worker's Association 

ফোন:-০৬০০৩৯০৩৭৪৫, ০৬০০১৩২০৯৭৩

AAHWA LOGO
AAHWA LOGO

Comments